Chandra Prakash was established in 25th April, 1977 with a dream to shine in the intellectual field of Assam and North-East India by contributing towards the literary world. Since then, it has become a bright star in the intellectual world of the region. Since last 43 years the publishing house has published several thousands of books in Assamese, English and many other regional languages.
Chandra Prakash is known for building the careers of many new authors by publishing their literary works and it also has the fame of structuring the works of many renowned authors of the region. This publishing house has immense contribution in expanding the literary treasure of Assamese language.
চন্দ্ৰ প্ৰকাশ অসমৰ বৌদ্ধিক জগতৰ এটি চিনাকি নাম ৷ ১৯৪৭ চনৰ ২৫ এপ্ৰিল তাৰিখে প্ৰতিষ্ঠা কৰা এই অনুষ্ঠানটি অসম তথা -উত্তৰ পূৰ্বাঞ্চলৰ সাহিত্যিক মহলত ভোটাতৰা হিচাপে পৰিগণিত ৷ যোৱা ৪৩ বছৰ ধৰি চন্দ্ৰ প্ৰকাশে অসমীয়া, ইংৰাজী আৰু অন্যান্য আঞ্চলিক ভাষাত কেইবা হাজাৰো পুথি প্ৰকাশ কৰি উলিয়াইছে ৷
অনেক মূধাফুটা লেখককে ধৰি স্বল্পখ্যাত লেখকলৈকে ভিন্ন ৰুচিৰ, বিচিত্ৰ গ্ৰন্থ প্ৰকাশ কৰি অসমীয়া ভাষা-সাহিত্যলৈ অভূতপূৰ্ব বৰঙণি আগবঢ়োৱাৰ লগতে যথেষ্ট সংখ্যক নতুন লেখকৰ সৃষ্টি কৰিছে ৷ চন্দ্ৰ প্ৰকাশে অসমৰ বহুতো ন-পুৰণি লেখক-লেখিকাৰ গ্ৰন্থ প্ৰকাশ কৰি তেওঁলোকক বৌদ্ধিক জগতত প্ৰতিষ্ঠা লাভ কৰাত অৰিহনা যোগাইছে ৷ অতি উচ্চ মানবিশিষ্ট প্ৰকাশন প্ৰতিষ্ঠান হিচাপে চন্দ্ৰ প্ৰকাশে তেওঁলোকৰ লেখক-লেখিকাসকলৰ জৰিয়তে কেইবাখনো পুথিৰ বাবে সন্মানীয় সাহিত্য অকাডেমী বঁটাও সংগ্ৰহ কৰিছে ৷